Skip to main content

Posts

Showing posts from April, 2023

Rabha Quiz: Rabha General Knowledge Part-I

Rabha GK Book Rabha Gk Book Disclaimer: Knowledge shared here is general and may not be fully accurate. Please verify independently. নেমৰাছং- Q: ৰাভা জাতীয় প্ৰধান উৎসৱ কি? A: বায়খো Q: BRKR ৰ Full form কি? A: বেবাক ৰাভা ক্ৰৌৰাং ৰুধচুম Q: Asian Football Confederation (AFC)-ৰ A লাইচেন্স পোৱা প্ৰথম অসমীয়া ফুটবল ক'চ্চ? A: শুবম ৰাভা। Q: ৰাভা জাতীয় শ্বহীদ দিৱস? A: ২৩ এপ্ৰিল Q: ৰাভা কৃষ্টিৰ ওজা বুলি কাক জনা যায়? A: ৰাজেন পাম ক Q: ড০ বিৰুবালা ৰাভাক ২০২১ চনত কি সন্মানেৰে সন্মানিত কৰা হৈছিল? A: পদ্মশ্রী Q: প্ৰথম ৰাভা-ইংৰাজী 'খুৰাং নালা" অভিধানৰ লেখক কোন? A: U.V. JOSEPH Q: অসম চৰকাৰে প্ৰখ্যাত কʼলা ধানৰ খেতিয়ক উপেন্দ্ৰ ৰাভাক ২০২৪ চনত কি বটাঁৰে সন্মানিত কৰা হৈছিল? A: অসম গৌৰৱ বটাঁ Q: মেছপাৰা পূৰ্বাঞ্চল ৰাভা সমাজৰ মুখ্য কাৰ্যালয় কত...