Skip to main content

Rabha Quiz: Rabha General Knowledge Part-I

Rabha GK Book

Rabha Gk Book

Disclaimer: Knowledge shared here is general and may not be fully accurate. Please verify independently. নেমৰাছং-

Q: ৰাভা জাতীয় প্ৰধান উৎসৱ কি?
A: বায়খো
Q: BRKR ৰ Full form কি?
A: বেবাক ৰাভা ক্ৰৌৰাং ৰুধচুম
Q: Asian Football Confederation (AFC)-ৰ A লাইচেন্স পোৱা প্ৰথম অসমীয়া ফুটবল ক'চ্চ?
A: শুবম ৰাভা।
Q: ৰাভা জাতীয় শ্বহীদ দিৱস?
A: ২৩ এপ্ৰিল
Q: ৰাভা কৃষ্টিৰ ওজা বুলি কাক জনা যায়?
A: ৰাজেন পাম ক
Q: ড০ বিৰুবালা ৰাভাক ২০২১ চনত কি সন্মানেৰে সন্মানিত কৰা হৈছিল?
A: পদ্মশ্রী
Q: প্ৰথম ৰাভা-ইংৰাজী 'খুৰাং নালা" অভিধানৰ লেখক কোন?
A: U.V. JOSEPH
Q: অসম চৰকাৰে প্ৰখ্যাত কʼলা ধানৰ খেতিয়ক উপেন্দ্ৰ ৰাভাক ২০২৪ চনত কি বটাঁৰে সন্মানিত কৰা হৈছিল?
A: অসম গৌৰৱ বটাঁ
Q: মেছপাৰা পূৰ্বাঞ্চল ৰাভা সমাজৰ মুখ্য কাৰ্যালয় কত?
A:গেন্দেৰাপাৰা ত
Q: প্ৰথম ৰাভা ভাষা চুক্তিৰ স্বাক্ষৰকাৰী কোন?
A: প্ৰফুল্ল কুমাৰ ৰাভা
Q: কিমান চনত শুক্ৰাচাৰ্য ৰাভাই বাদুংদুপ্পা কলা কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল?
A: ১৯৯৮ চনত
Q: বীৰ ৰজা দদানৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
A:হাহাহুহু আৰু চিকাও ।
Q: ২০১৭ চনৰ তংলা অধিবেশনত বেবাক ৰাভা ক্ৰৌৰাং ৰুনচুমে গ্ৰহণ কৰা শ্লোগানতো কি আছিল?
A: ৰাভা খুৰাং ছোনা খুৰাং
Q:অসম চৰকাৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ গঠন কিমান চনত কৰা হৈছিল?
A: 1995 চনত
Q: ''Under the Sal Tree' থিয়েটাৰ ফেষ্টিভেল কোনে আৰম্ভ কৰিছিল?
A: শুক্ৰাচাৰ্য ৰাভাই ২০০৯ চনত বাদুংদুপ্পা কলা কেন্দ্ৰত
Q: ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ পৰিষদ গঠন কৰিবলৈ প্ৰথম নিৰ্বাচন কিমান চনত হৈছিল?
A: 2013 চনত।
Q:ৰাভা সকলৰ জাতীয় ফুল কি?
A:তচিবক বা তুচিবক পাৰ ।
Q:ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যালয় কত অবস্থিত?
A:দুধনৈ,গোৱালপাৰা, অসম।
Q: ৰাভা ৰজা দদান বীৰৰ মৃত্যুবৰণ কৰা ঠাইধোখৰক কি নামেৰে জনাজাত ?
A: দদানডুবি

Comments

Popular posts from this blog

আং ছাকছা আবাদগিৰি

বাগান হামজাৰ আৰো পাথাৰ নিছিনান ছিথোৱা উৰোঙি খেঞ্চেৰেং ছনাছি ছাপ আকায় আকায় ছিলিতি উমাৰ পাতে ৰেঙেতা তাও ব্ৰেনছা নাত্নে ৰাং ৰাংগছি ৰাংছাং, বুখি চিকাঙকায়বে জাৰনাম তাৰনা। জোৱাতি জাদিনা গ্ৰাছাৰি ৰাবানো আঙি আছাঅ খাফুঙে বামছি চকো তুতে ৰিছি-ৰনতাকো আৰ্গিনো নাৰিনো চিঙি চাৰ্পাকনি পিদান কচং । বাৰদামদাগায় তৌপাকঙা বাৰ বানাৰ কাপমা লাগিছা মায় তপ্ৰা চুনা মানা লাগিছা আঙা তাকা পায়ছা। বৗছৗমুতা আয়ানি বমায় নেমছুমাৰি তয় কাকায়ন ফামানছিনি ৰাখুনো আং ছাকছা আবাদগিৰি । ✍️Subheswar Rabha

Rabha Language Basics: Discover the Voice of Rabha

The Rabha language is a Tibeto-Burman language spoken mainly in Northeast India — especially in Assam, Meghalaya, and West Bengal — by the Rabha community. This language is not merely a medium of communication; it is an intimate part of the traditions, folk tales, music, narratives, and lifestyle of the Rabha people. As a vibrant thread of rich culture and heritage, the Rabha language adds more color and life to the diverse cultural fabric of the region. Rabha have several subgroups- Rangdhani, Pati rabha dhahori Rabha,bitliya rabha, maitori, kocha,sunga, totla rabha etc. Here the focus is Rongdhani Rabha language. Lesson Viewer Contents Lesson 1: Greetings Lesson 2: Numbers Lesson 3: Common Phrases Lesson 4: Common Words Lesson 5: Relations Back Prev. Next