Tuesday, 2 July 2024

Learn Basics Rabha Language Part-1


Here, i will try a little to learn the basics of Rondhani Rabha Languge.


 Rabha to English 

Rabha: Srirasong
English:Hi/Hello

Rabha:Nemphung
English: Good morning

Rabha: Nemrangsi
English: Good evening

Rabha: Nemfar
English: Good night

Rabha: Ato khobor Nangi?
English: How are You?

Saturday, 10 February 2024

Rabha wedding invitation card wording -


                 জোৰাছিনি-পানছিনি


ছেওমান/ছেওমানি

            ৰিবিকায় মাঘ ১৯ কাৰাল,১৪২৯ ভাস্কৰাব্দ (ইং ৩ ফেব্ৰুৱাৰী, ২০২৩ ইং) চাৰিছান ছানপকি আঙি

Friday, 9 February 2024

Rabha Traditional Ornaments

ৰাভা জনগোষ্ঠীৰ আ- অলংকাৰ:

Rubuk(ৰুবক): ইয়াক কঁকালত পিন্ধে । ই হাতীৰ দাঁতেৰে তৈয়াৰী আৰু ইয়াত সাতধাৰী মালা থাকে ।

San(ছান): সোন,ৰূপ বা তামেৰে তৈয়াৰী এবিধ গোটা খাৰু।

Kantabaju(কানতাবাজু): তিৰোতাসকলে হাতৰ বাহুত পিন্ধে, এই অলংকাৰক ৰূপেৰে তৈয়াৰ কৰা হয়।

Chandrahar(চন্দ্ৰহাৰ):ডিঙিত পিন্ধা এবিধ ৰূপৰ অলংকাৰ।

Khuchumakrang(খুছু মাক্ৰং): খুছু মাক্ৰং এবিধ চুলিৰ খোপাত গুজি লোৱা লোৰ শলাৰে নিৰ্মিত অলংকাৰ।