Skip to main content

Posts

Showing posts from February, 2024

Rabha wedding invitation card wording -

                  জোৰাছিনি-পানছিনি ছেওমান/ছেওমানি             ৰিবিকায় মাঘ ১৯ কাৰাল,১৪২৯ ভাস্কৰাব্দ (ইং ৩ ফেব্ৰুৱাৰী, ২০২৩ ইং) চাৰিছান ছানপকি আঙি

Rabha Ornaments – The Language of Culture

ৰাভা জনগোষ্ঠীৰ অলংকাৰ | Rabha Ornaments ৰাভা জনগোষ্ঠীৰ অলংকাৰ | Rabha Ornaments Assamese → English toggle অসমীয়া English Rubuk (ৰুবক): ইয়াক কোমৰত পিন্ধে । ই হাতীৰ দাঁতেৰে তৈয়াৰী আৰু ইয়াত সাতধাৰী মালা থাকে । San (ছান): সোন, ৰূপ বা তামেৰে তৈয়াৰী এবিধ গোটা খাৰু। Kantabaju (কানতাবাজু): তিৰোতাসকলে হাতৰ বাহুত পিন্ধে, এই অলংকাৰক ৰূপেৰে তৈয়াৰ কৰা হয়। Chandrahar (চন্দ্ৰহাৰ): ডিঙিত পিন্ধা এবিধ ৰূপৰ অলংকাৰ। Khuchumakrang (খুছু মাক্ৰং): খুছু মাক্ৰং এবিধ চুলিৰ খোপাত গুজি লোৱা লোৰ শলাৰে নিৰ্মিত অলংকাৰ। Nambri (নামব্ৰি): সোন বা ৰূপেৰে তৈয়াৰী, কানত পিন্ধে। Nakapoti (নাকাপতি): এসিকি ওজনৰ ৰূপ বা সোনেৰে তৈয়াৰী নাকত পিন্ধা এবিধ অলংকাৰ। Bali (বালি): ই এবিধ নাকৰ তলৰ অংশত পিন্ধা অলংকাৰ। Hatbaju (হাত বাজু): তিৰোতাসকলে খাৰুৰে সৈতে হাতত পিন্ধে। Bola-Nambri (বোলা নামব্ৰি): কলডিল আকৃতিৰ কানৰ ওপৰ অংশত পিন্ধা এবিধ অলংকাৰ। ...